এজনী গাইগৰুৰে দুগ্ধ উৎপাদন আৰম্ভ কৰা যুৱকে মাহিলি উপাৰ্জন কৰিছে লাখ টকা

এজনী গাইগৰুৰে দুগ্ধ উৎপাদন আৰম্ভ কৰা যুৱকে মাহিলি উপাৰ্জন কৰিছে লাখ টকা

পঢ়া শুনাত ভাল নাছিল বাবে সৰুৰে পৰাই নিজে কিবা এটা কৰাৰ মন মেলিছিল এজন যুৱকে । আজি তেওঁ হৈছে সকলোৰে আদৰ্শ ।


User: ETVBHARAT

Views: 16

Uploaded: 2025-08-09

Duration: 06:02

Your Page Title