আকাশলংঘী মাচুল বৃদ্ধি ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত: সাধাৰণ বিচনাৰ মাচুলেই ২০০ টকাৰ পৰা ১৫০০ টকালৈ বৃদ্ধি

আকাশলংঘী মাচুল বৃদ্ধি ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত: সাধাৰণ বিচনাৰ মাচুলেই ২০০ টকাৰ পৰা ১৫০০ টকালৈ বৃদ্ধি

কম খৰচত উন্নত কর্কট চিকিৎসাৰ শেষ আশাও নিৰ্বাপিত ! কৰ্কট ৰোগীৰ বাবে দুঃসংবাদ ৷ ব্যক্তিগত চিকিৎসালয়ৰ দৰেই ষ্টেট কেন্সাৰ ইনষ্টিটিউট গুৱাহাটীত ভৰিব লাগিব ধন ।


User: ETVBHARAT

Views: 3

Uploaded: 2025-08-13

Duration: 03:10

Your Page Title