উচ্ছেদস্থলীত উৰুৱালে ত্ৰিৰংগা, বেদখলকাৰীক হুংকাৰ বিজেপিৰ

উচ্ছেদস্থলীত উৰুৱালে ত্ৰিৰংগা, বেদখলকাৰীক হুংকাৰ বিজেপিৰ

নলবাৰীৰ উচ্ছেদস্থলীত পতাকা পুতি পুনৰ বেদখলকাৰীক হুংকাৰ বিজেপিৰ । নলবাৰীৰ বাকৰিকুছিৰ উচ্ছেদস্থলীত ত্ৰিৰংগা ৰেলী উলিয়াই উদ্যোগ প্ৰতিষ্ঠা কৰিব ।


User: ETVBHARAT

Views: 0

Uploaded: 2025-08-15

Duration: 05:12