বিদ্যুতৰ খুঁটাই অথন্তৰ লগাইছে গুৱাহাটীৰ অসম-মেঘালয় সীমান্তত: লাগিল চুলিয়া-চুলি

বিদ্যুতৰ খুঁটাই অথন্তৰ লগাইছে গুৱাহাটীৰ অসম-মেঘালয় সীমান্তত: লাগিল চুলিয়া-চুলি

পুনৰ অসম মেঘালয় সীমান্তত উত্তপ্ত পৰিস্থিতি । অসমৰ বিদ্যুৎ বিভাগে পোতা বিদ্যুতৰ খুঁটা উভালিলে মেঘালয়ৰ লোকে । ঘটনাক লৈ তীব্ৰ উত্তেজনা ।


User: ETVBHARAT

Views: 2

Uploaded: 2025-08-18

Duration: 02:18

Your Page Title