একে ৰাতিতে সৃষ্টি হোৱা 'মৌপ্ৰিয়া'ই অসমীয়া সমাজলৈ দিছে বজাৰ দখলৰ বাৰ্তা

একে ৰাতিতে সৃষ্টি হোৱা 'মৌপ্ৰিয়া'ই অসমীয়া সমাজলৈ দিছে বজাৰ দখলৰ বাৰ্তা

এগৰাকী সংবাদকৰ্মী তথা শিক্ষিত যুৱতীয়ে যোৰহাটত আৰম্ভ কৰিছে পদপথৰ সংগ্ৰাম । ফলৰ ৰস আৰু চালাড বিক্ৰী কৰি সমাজলৈ দিছে আত্মনিৰ্ভৰশীলতাৰ বাৰ্তা ।


User: ETVBHARAT

Views: 11

Uploaded: 2025-08-21

Duration: 06:42

Your Page Title