এটি কলি দুটি পাতে কন্দুৱাইছে ক্ষুদ্ৰ চাহ খেতিয়কক: সেউজীয়া সোণৰ দাম কমিছে ১০ টকালৈ

এটি কলি দুটি পাতে কন্দুৱাইছে ক্ষুদ্ৰ চাহ খেতিয়কক: সেউজীয়া সোণৰ দাম কমিছে ১০ টকালৈ

ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সম্প্ৰতি পানীত হাঁহ নচৰা অৱস্থা । এনেকৈ দাম কমি গৈ থাকিলে উদ্যোগটোৱেই শেষ হৈ যোৱাৰ আশংকা ।


User: ETVBHARAT

Views: 24

Uploaded: 2025-08-28

Duration: 05:44

Your Page Title