নতুন ৰাজভৱনত মুখ্যমন্ত্রী: শুকুৰবাৰে উদ্বোধন কৰিব অমিত শ্বাহে

নতুন ৰাজভৱনত মুখ্যমন্ত্রী: শুকুৰবাৰে উদ্বোধন কৰিব অমিত শ্বাহে

বেলিভিউ হোটেলৰ পৰা মাটি লৈ নতুন ৰাজভৱনটো নিৰ্মাণ কৰা হৈছে । নতুন ৰাজভৱনটো মুকলি কৰিব কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে ।


User: ETVBHARAT

Views: 11

Uploaded: 2025-08-28

Duration: 04:08

Your Page Title