তিনি ন-কংগ্ৰেছীক লগত লৈ দিল্লীৰ পৰা আহি পালে গৌৰৱ গগৈ

তিনি ন-কংগ্ৰেছীক লগত লৈ দিল্লীৰ পৰা আহি পালে গৌৰৱ গগৈ

সভাপতিৰ সৈতে একেলগে তিনিওগৰাকী ন-কংগ্ৰেছী প্ৰাক্তন বিধায়ক বৰঝাৰ বিমান বন্দৰৰ বাহিৰলৈ ওলাই অহাৰ পিছত হৰ্ষোল্লাসেৰে দলীয় কৰ্মীসকলে তেওঁলোকক আদৰে ৷


User: ETVBHARAT

Views: 2

Uploaded: 2025-09-10

Duration: 02:38

Your Page Title