এয়া স্বৈৰতন্ত্ৰ, এয়া গণতন্ত্ৰৰ অপমৃত্যুৰ লক্ষণ; কোচ ৰাজবংশী প্ৰতিবাদীৰ ওপৰত আৰক্ষীৰ আক্ৰমণক গৰিহণা আছুৰ

এয়া স্বৈৰতন্ত্ৰ, এয়া গণতন্ত্ৰৰ অপমৃত্যুৰ লক্ষণ; কোচ ৰাজবংশী প্ৰতিবাদীৰ ওপৰত আৰক্ষীৰ আক্ৰমণক গৰিহণা আছুৰ

বৃহস্পতিবাৰে মৰিগাঁৱত উপস্থিত হৈ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শর্মাই আক্ৰাছুৰ কৰ্মীৰ ওপৰত অসম আৰক্ষীৰ নিৰ্মম লাঠীচালনাক বৰ্বৰ আখ্যা দি তীব্র ভাষাৰে সমালোচনা কৰে।


User: ETVBHARAT

Views: 6

Uploaded: 2025-09-11

Duration: 01:53

Your Page Title