''মৰিলেও মৰি যাম জনজাতিকৰণ লৈ যাম''; হাতে হাতে অগ্নিশিখা লৈ যোৰহাটৰ ৰাজপথত নামিল অগণন প্ৰতিবাদকাৰী

''মৰিলেও মৰি যাম জনজাতিকৰণ লৈ যাম''; হাতে হাতে অগ্নিশিখা লৈ যোৰহাটৰ ৰাজপথত নামিল অগণন প্ৰতিবাদকাৰী

ছয় জনগোষ্ঠীক জনজাতিকৰণ দাবীৰে জাতীয় জনগোষ্ঠী সংগঠনৰ ঐক্যবদ্ধ আন্দোলনত কঁপিল যোৰহাট । আৰক্ষী আৰু জোঁৰ সমদলকাৰী মাজত টনা-আজোৰা । আৰক্ষীৰ বেহু ফালিও সাব্যস্ত প্ৰতিবাদ ।


User: ETVBHARAT

Views: 0

Uploaded: 2025-09-17

Duration: 01:52

Your Page Title