যোৰাবাটত উত্তপ্ত পৰিস্থিতি; চৰকাৰৰ প্ৰতিনিধিৰ হস্তক্ষেপত শান্ত অসম-মেঘালয়ৰ টেক্সিচালক

যোৰাবাটত উত্তপ্ত পৰিস্থিতি; চৰকাৰৰ প্ৰতিনিধিৰ হস্তক্ষেপত শান্ত অসম-মেঘালয়ৰ টেক্সিচালক

মেঘালয়ত অসমৰ টুৰিষ্ট টেক্সি প্ৰৱেশত বাধা ৷ প্ৰত্যুত্তৰত মটৰ পৰিবহণ শ্ৰমিক সন্মিলিত মঞ্চই চুবুৰীয়া ৰাজ্যখনৰ টুৰিষ্ট টেক্সিসমূহো অসমত প্ৰৱেশত বাধা প্ৰদান কৰাৰ হুংকাৰ দিয়ে ৷


User: ETVBHARAT

Views: 2

Uploaded: 2025-09-18

Duration: 06:00

Your Page Title