জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচৰাতো যদি কোনোবাই ৰাজনীতি কৰা বুলি কয়, তেন্তে তেনে ৰাজনীতি আমি হাজাৰবাৰ কৰিম : লুৰীণজ্যোতি গগৈ

জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচৰাতো যদি কোনোবাই ৰাজনীতি কৰা বুলি কয়, তেন্তে তেনে ৰাজনীতি আমি হাজাৰবাৰ কৰিম : লুৰীণজ্যোতি গগৈ

‘‘অপৰাধীক ধৰি অনাৰ বিপৰীতে মুখ্যমন্ত্ৰীয়ে ভকতীয়া সুৰত অনুনয় বিনয় কৰিব লগা হৈছে।অপৰাধীক পূজাৰ নামত ছুটী দিয়া অসমৰ ইতিহাসত প্ৰথম দেখিছো৷জুবিন গাৰ্গৰ বিষয়টোত চৰকাৰ‌ ছিৰিয়াচ নহয়৷’’


User: ETVBHARAT

Views: 0

Uploaded: 2025-09-30

Duration: 04:52

Your Page Title