১২৫ বছৰীয়া সোণসেৰীয়া স্মৃতি বহন কৰা এখন দুৰ্গা পূজা, এইবেলি নাই পূৰ্বৰ উচাহ

১২৫ বছৰীয়া সোণসেৰীয়া স্মৃতি বহন কৰা এখন দুৰ্গা পূজা, এইবেলি নাই পূৰ্বৰ উচাহ

কাঠৰ স্থায়ী প্ৰতিমাৰে দুৰ্গা পূজাৰ আয়োজন কৰা ১২৫ বছৰ গৰকা এখন পূজা সমিতি । প্ৰতিমা নিৰ্মাণত ব্যৱহাৰ কৰা হৈছিল কি কাঠ ?


User: ETVBHARAT

Views: 7

Uploaded: 2025-09-30

Duration: 07:38

Your Page Title