কাহিনী ঢেৰ, জুবিনৰ অজ্ঞাতে এটা এটা গানৰ বিনিময়ত লোৱা হৈছিল বহু টকা

কাহিনী ঢেৰ, জুবিনৰ অজ্ঞাতে এটা এটা গানৰ বিনিময়ত লোৱা হৈছিল বহু টকা

সোণৰ কণী পৰা হাঁহ হিচাপে কোনে ব্যৱহাৰ কৰিছিল অসমীয়াৰ আৱেগ জুবিন গাৰ্গক । শুনক জুবিনৰ বন্ধু-গীতিকাৰ-সুৰকাৰ প্ৰসেনজিৎ লাহনৰ মুখেৰে ।


User: ETVBHARAT

Views: 3

Uploaded: 2025-10-04

Duration: 02:40