কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২৮৩ টা প্ৰজাতিৰ কীট-পতংগ, মকৰা আৱিস্কাৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২৮৩ টা প্ৰজাতিৰ কীট-পতংগ, মকৰা আৱিস্কাৰ

এক জৰীপ প্ৰতিবেদনত নথিভুক্ত হৈছে পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ অন্তৰ্গত পাণবাৰী সংৰক্ষিত বনাঞ্চলত কীট-পতংগ, মকৰাৰ প্ৰজাতিৰ আকৰ্ষণীয় বৈচিত্ৰ ৷


User: ETVBHARAT

Views: 2

Uploaded: 2025-10-07

Duration: 01:58

Your Page Title