মুখ্যমন্ত্ৰীৰ চকীখনৰ গাম্ভীৰ্যতা বজাই ৰখাত বিফল হৈছে : গৌৰৱ গগৈ

মুখ্যমন্ত্ৰীৰ চকীখনৰ গাম্ভীৰ্যতা বজাই ৰখাত বিফল হৈছে : গৌৰৱ গগৈ

বঙাইগাঁৱত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ । মুখ্যমন্ত্ৰীৰ পাতলীয়া কথাৰ উত্তৰ কোনে দিব বুলি সাংবাদিকক ওলোটাই প্ৰশ্ন গৌৰৱ গগৈৰ ।


User: ETVBHARAT

Views: 4

Uploaded: 2025-10-10

Duration: 02:38

Your Page Title