২৬ দিনৰ পিছত চি আই ডিৰ কাৰ্যালয়ত য়ট পাৰ্টীৰ আয়োজক আৰু ছিংগাপুৰ অসম এছ’চিয়েছনৰ সভাপতি

২৬ দিনৰ পিছত চি আই ডিৰ কাৰ্যালয়ত য়ট পাৰ্টীৰ আয়োজক আৰু ছিংগাপুৰ অসম এছ’চিয়েছনৰ সভাপতি

মঙলবাৰে পুৱা চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হয় ছিংগাপুৰস্থিত প্ৰবাসী অসমীয়া তথা য়ট পাৰ্টীৰ আয়োজক তন্ময় ফুকন আৰু ছিংগাপুৰ অসম এছ’চিয়েছনৰ সভাপতি অভিমন্যু তালুকদাৰ ৷


User: ETVBHARAT

Views: 2

Uploaded: 2025-10-14

Duration: 00:55

Your Page Title