কাইলৈ জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনাবলৈ আহিব ৰাহুল গান্ধী, আইন-শৃংখলা ৰক্ষাত সহায় কৰিবলৈ সাজু কংগ্ৰেছ

কাইলৈ জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনাবলৈ আহিব ৰাহুল গান্ধী, আইন-শৃংখলা ৰক্ষাত সহায় কৰিবলৈ সাজু কংগ্ৰেছ

সোণাপুৰত জুবিন গাৰ্গৰ সমাধিস্থলীত উপস্থিত হৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আইন-শৃংখলা ৰক্ষাত চৰকাৰক সহায় কৰিবলৈ প্ৰস্তুত বুলি উল্লেখ কৰে ।


User: ETVBHARAT

Views: 3

Uploaded: 2025-10-16

Duration: 07:28