পুনৰ চাব বিচাৰে নেকি জুবিন গাৰ্গৰ কফিনত বন্দী নশ্বৰদেহ ? নলবাৰীৰ এগৰাকী শিল্পীৰ অনন্য প্ৰয়াস

পুনৰ চাব বিচাৰে নেকি জুবিন গাৰ্গৰ কফিনত বন্দী নশ্বৰদেহ ? নলবাৰীৰ এগৰাকী শিল্পীৰ অনন্য প্ৰয়াস

চাৰিদিনত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কফিনবন্দী নশ্বৰদেহৰ প্ৰতিমূৰ্তি সাজি উলিয়াইছে নলবাৰীৰ ভাস্কৰ্য শিল্পী কিশোৰ বেজবৰুৱাই ।


User: ETVBHARAT

Views: 20

Uploaded: 2025-10-20

Duration: 07:23