আমাৰ লক্ষ্য আৰু উদ্দেশ্য হ'ল ৰাজ্য আৰু ৰাইজৰ নিৰাপত্তা আৰু সুৰক্ষা দিয়া : হৰমীত সিং

আমাৰ লক্ষ্য আৰু উদ্দেশ্য হ'ল ৰাজ্য আৰু ৰাইজৰ নিৰাপত্তা আৰু সুৰক্ষা দিয়া : হৰমীত সিং

তিনিচুকীয়াত আৰক্ষী সঞ্চালক প্ৰধান হৰমীত সিঙৰ পৰ্যালোচনা বৈঠক ৷ আলফা স্বাধীনক আওপকীয়াকৈ আলোচনাৰ বাবে আমন্ত্ৰণ ৷


User: ETVBHARAT

Views: 2

Uploaded: 2025-10-26

Duration: 01:42