তাঁতশালত প্ৰাণ পালে জুবিন গাৰ্গৰ সৃষ্টিয়ে: গামোচাত বৈ উলিয়ালে 'বাটৰে শেষতে' আৰু 'মায়াবিনী'

তাঁতশালত প্ৰাণ পালে জুবিন গাৰ্গৰ সৃষ্টিয়ে: গামোচাত বৈ উলিয়ালে 'বাটৰে শেষতে' আৰু 'মায়াবিনী'

১৬ বছৰজোৰা এক সাধনা ৷ ঘৰৰ শালখনতে বৈছে ৫০ হাজাৰৰো অধিক গামোচা ৷ চৰ্চাত শিপিনী বিউটি গগৈ ৷


User: ETVBHARAT

Views: 6

Uploaded: 2025-10-27

Duration: 08:59