জুবিন গাৰ্গৰ প্ৰসংগই বিজেপিক অহা নিৰ্বাচনত ক্ষতি নকৰে: ৰঞ্জিত দত্ত

জুবিন গাৰ্গৰ প্ৰসংগই বিজেপিক অহা নিৰ্বাচনত ক্ষতি নকৰে: ৰঞ্জিত দত্ত

সংবাদ মাধ্যমৰ সৈতে মত-বিনিময় সাংসদ ৰঞ্জিত দত্তৰ ৷ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু, দীঘলীপুখুৰীৰ পাৰৰ গছ কটাকে ধৰি কেইবাটাও প্ৰসংগত প্ৰতিক্ৰিয়া সাংসদগৰাকীৰ ৷


User: ETVBHARAT

Views: 3

Uploaded: 2025-10-28

Duration: 11:12