হাতত নাহৰ, বুকুত বিৰহ, প্ৰাণৰ শিল্পীৰ গীতেৰে এটি প্ৰহৰ

হাতত নাহৰ, বুকুত বিৰহ, প্ৰাণৰ শিল্পীৰ গীতেৰে এটি প্ৰহৰ

জুবিনময় প্ৰজ্ঞাৰ নগৰী নলবাৰী । কান্দি কান্দি কণমানিয়েও গালে প্ৰাণৰ শিল্পীগৰাকীৰ গীত । ১০ হাজাৰ লোকে একেলগে গালে ২০ টাকৈ কালজয়ী গীত ।


User: ETVBHARAT

Views: 5

Uploaded: 2025-11-07

Duration: 06:18