উমৰাংছ’ৰ আকাশে-বতাহে ৰুডি শ্বেলডাক আৰু ছিগাল পক্ষীৰ কলৰৱ

উমৰাংছ’ৰ আকাশে-বতাহে ৰুডি শ্বেলডাক আৰু ছিগাল পক্ষীৰ কলৰৱ

পৰিভ্ৰমী পক্ষীৰ কলৰৱৰে মুখৰিত উমৰাংছ’ । নীপক'ৰ জলাশয়ত ৰুডি শ্বেলডাক আৰু ছিগাল পৰিভ্ৰমী পক্ষীৰ জাক । প্ৰথমবাৰৰ বাবে দেখা গৈছে এই বিশেষ পৰিভ্ৰমী পক্ষীসমূহ ।


User: ETVBHARAT

Views: 5

Uploaded: 2025-11-13

Duration: 00:51