হাতত ধনু-কাঁড়, মুখত জনজাতি স্বীকৃতিৰ দাবীত শ্ল'গান

হাতত ধনু-কাঁড়, মুখত জনজাতি স্বীকৃতিৰ দাবীত শ্ল'গান

দুই সহস্ৰাধিক চাওঁতাল জনতাই কঁপালে নগাঁও । হাতে হাতে ধনু-কাঁড় লৈ জনজাতিৰ স্বীকৃতি বিচাৰি চাওঁতাল ছাত্ৰ সন্থাৰ নেতৃত্বত প্ৰতিবাদ ।


User: ETVBHARAT

Views: 3

Uploaded: 2025-11-13

Duration: 01:56