ভুল তথ্যৰ যুগত সংবাদ মাধ্যমে সত্যক পোহৰলৈ অনা উচিত : উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ

ভুল তথ্যৰ যুগত সংবাদ মাধ্যমে সত্যক পোহৰলৈ অনা উচিত : উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ

ৰামোজী উৎকৰ্ষ বঁটা প্ৰদান অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ অংশগ্ৰহণ । ৰামোজী ৰাওৰ উচ্চ প্ৰশংসা ৰাধাকৃষ্ণণৰ ।


User: ETVBHARAT

Views: 2

Uploaded: 2025-11-17

Duration: 05:51