অভিলেখ গঢ়ি দশমবাৰৰ বাবে ৰাজ্যাভিষেক নীতিশ বাবুৰ: শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী

অভিলেখ গঢ়ি দশমবাৰৰ বাবে ৰাজ্যাভিষেক নীতিশ বাবুৰ: শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী

শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহ মন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ সভাপতি জে পি নাড্ডাকে ধৰি এন ডি এৰ কেইবাগৰাকীও শীৰ্ষ নেতা ।


User: ETVBHARAT

Views: 3

Uploaded: 2025-11-20

Duration: 03:26