মাজুলীবাসীলৈ আশাৰ খবৰ, পুনৰ আৰম্ভ হ'ব যোৰহাট-মাজুলী সংযোগী দলঙৰ কাম

মাজুলীবাসীলৈ আশাৰ খবৰ, পুনৰ আৰম্ভ হ'ব যোৰহাট-মাজুলী সংযোগী দলঙৰ কাম

এইবাৰ আৰু বন্ধ নহয় মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণৰ কাম । ডিচেম্বৰতে মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে কৰিব আৰম্ভ ।


User: ETVBHARAT

Views: 1

Uploaded: 2025-11-23

Duration: 02:44