বিপ্লৱ শৰ্মা সমিতিৰ পৰামৰ্শৱলী কাৰ্যকৰীকৰণ; চৰকাৰৰ সৈতে আছুৰ তৃতীয়লানি আলোচনাৰ ফলাফল কি ?

বিপ্লৱ শৰ্মা সমিতিৰ পৰামৰ্শৱলী কাৰ্যকৰীকৰণ; চৰকাৰৰ সৈতে আছুৰ তৃতীয়লানি আলোচনাৰ ফলাফল কি ?

পৰামৰ্শ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত ৰাজ্যিক কেবিনেটে ৬৭টা বিষয় চিনাক্ত কৰিছে । তাৰে ৪০টা বিষয় ৰাজ্য চৰকাৰৰ, ১৫টা কেন্দ্রীয় চৰকাৰৰ আৰু ১২টা উভয় চৰকাৰৰ আওতাত পৰে ।


User: ETVBHARAT

Views: 2

Uploaded: 2025-11-24

Duration: 08:01