চকু সেমেকি উঠা এক দৃশ্য ! পেটত আঘাত লৈয়ে আৰ্তনাদ বন্য়হস্তীৰ

চকু সেমেকি উঠা এক দৃশ্য ! পেটত আঘাত লৈয়ে আৰ্তনাদ বন্য়হস্তীৰ

এটা অমাত জীৱৰ কৰুণ দৃশ্য় দেখি কান্দি উঠিছে গেন্ধালি বেবেজীয়াবাসীয়ে । বন বিভাগে গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ ৷


User: ETVBHARAT

Views: 6

Uploaded: 2025-11-26

Duration: 03:17