৭ জনগোষ্ঠীয়ে লাভ কৰিব কেন্দ্ৰীয় পিছপৰা শ্ৰেণীৰ স্বীকৃতি

৭ জনগোষ্ঠীয়ে লাভ কৰিব কেন্দ্ৰীয় পিছপৰা শ্ৰেণীৰ স্বীকৃতি

এই জনগোষ্ঠীসমূহে ৰাষ্ট্ৰীয় পিছপৰা শ্ৰেণীৰ তালিকাভূক্ত হ’বৰ বাবে একাধিকবাৰ স্মাৰকপত্ৰ প্ৰদান কৰিছিল যদিও বৰ্তমানলৈ ৰাষ্ট্ৰীয় পিছপৰা শ্ৰেণীৰ তালিকাত অন্তৰ্ভূক্ত হোৱা নাই ।


User: ETVBHARAT

Views: 4

Uploaded: 2025-11-27

Duration: 02:42