বিশ্ববিদ্যালয়সমূহ বৰ্তমান উপাচাৰ্যসকলে ব্যৱসায়স্থলী হিচাপে ব্যৱহাৰ কৰিছে: কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ

বিশ্ববিদ্যালয়সমূহ বৰ্তমান উপাচাৰ্যসকলে ব্যৱসায়স্থলী হিচাপে ব্যৱহাৰ কৰিছে: কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ

অসম অন্দোলনৰ প্ৰেক্ষাপটত নিৰ্মাণ হোৱা তেজপুৰ বিশ্ববিদ্যালয়ত দুমাহ ধৰি অৰাজকতা চলি থকাৰ পিছতো মুখ্যমন্ত্ৰীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ ।


User: ETVBHARAT

Views: 7

Uploaded: 2025-12-01

Duration: 06:34