তেজপুৰ বিশ্ববিদ্যালয়ৰ অচলাৱস্থাক লৈ ৰাজ্যসভাত উদ্বেগ সাংসদ অজিত কুমাৰ ভূঞাৰ

তেজপুৰ বিশ্ববিদ্যালয়ৰ অচলাৱস্থাক লৈ ৰাজ্যসভাত উদ্বেগ সাংসদ অজিত কুমাৰ ভূঞাৰ

তেজপুৰ বিশ্ববিদ্যালয় এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় । ১৯৯৪ চনত সংসদীয় আইন অনুযায়ী প্ৰতিষ্ঠা কৰা বিশ্ববিদ্যালয়খন অসম চুক্তিৰ অন্যতম ফচল ।


User: ETVBHARAT

Views: 3

Uploaded: 2025-12-02

Duration: 02:02