ফটকা-আতচবাজীতো বাদেই, যান-বাহনৰ হৰ্ণো নবজাই গাঁওবাসীয়ে: পক্ষীৰ সুৰক্ষাৰ বাবে কি কৰা নাই গাঁওখনে...

ফটকা-আতচবাজীতো বাদেই, যান-বাহনৰ হৰ্ণো নবজাই গাঁওবাসীয়ে: পক্ষীৰ সুৰক্ষাৰ বাবে কি কৰা নাই গাঁওখনে...

পৰিভ্ৰমী পক্ষীৰ চিকাৰ বন্ধ কৰিবলৈ চৰকাৰ কঠোৰ হোৱাৰ সময়তে এখন গাঁৱৰ ৰাইজে পক্ষীপ্ৰেমৰ অনন্য নিদৰ্শন দাঙি ধৰিছে । ৰকিবুল ওৱাহিদৰ বিশেষ প্ৰতিবেদন ।


User: ETVBHARAT

Views: 15

Uploaded: 2025-12-03

Duration: 05:07