ৰ’দ পায় ৰঙা হ’ল সোৱাদ সুমথিৰা, নিয়ৰৰ পাই জিলমিল কৰে… ! সোণবৰণীয়া হৈ পৰিছে সোণাপুৰৰ সেউজ বক্ষ

ৰ’দ পায় ৰঙা হ’ল সোৱাদ সুমথিৰা, নিয়ৰৰ পাই জিলমিল কৰে… ! সোণবৰণীয়া হৈ পৰিছে সোণাপুৰৰ সেউজ বক্ষ

শীতৰ কোমল ৰ’দ পিঠিত লৈ নিজে গছৰ পৰা সতেজ আৰু ৰসাল কমলা পাৰি খোৱাৰ আনন্দ ল’ব বিচাৰে নেকি ? দেবেন বৰুৱাৰ এক বিশেষ প্ৰতিবেদন ।


User: ETVBHARAT

Views: 12

Uploaded: 2025-12-04

Duration: 10:26