এফালে উচ্ছেদ, আনফালে পেটৰ ভোক: পানীৰে বিস্কুট খাই ক্ষুধা নিবাৰণৰ চেষ্টা এটি কণমানিৰ

এফালে উচ্ছেদ, আনফালে পেটৰ ভোক: পানীৰে বিস্কুট খাই ক্ষুধা নিবাৰণৰ চেষ্টা এটি কণমানিৰ

চামগুৰিৰ ৰূপহীহাটত প্ৰশাসনৰ উচ্ছেদ অভিযান । ৮৬ পৰিয়ালক উচ্ছেদ কৰি বেদখলমুক্ত কৰিলে গ্ৰেজিং ৰিজাৰ্ভৰ ভূমি । উচ্ছেদিতৰ হাহাকাৰ । উচ্ছেদক আদৰণি স্থানীয় লোকৰ ।


User: ETVBHARAT

Views: 15

Uploaded: 2025-12-05

Duration: 06:59