এনেকৈয়ে চলিছে ৰাজ্যৰ শিক্ষাখণ্ড ! এজন শিক্ষকেই চাৰি-পাঁচটাকৈ শ্ৰেণীত কৰে পাঠদান

এনেকৈয়ে চলিছে ৰাজ্যৰ শিক্ষাখণ্ড ! এজন শিক্ষকেই চাৰি-পাঁচটাকৈ শ্ৰেণীত কৰে পাঠদান

বৰডুমচা কুজুপথাৰৰ শ্ৰীমন্ত শংকৰদেৱ হাইস্কুলত ৯ গৰাকী শিক্ষকে অৱসৰ গ্ৰহণ কৰিছে ৷ বিপৰীতে মাত্ৰ এগৰাকীকহে দিয়া হৈছে নিযুক্তি ।


User: ETVBHARAT

Views: 2

Uploaded: 2025-12-07

Duration: 05:08