তেজপুৰ বিশ্ববিদ্যালয়ৰ দুৰ্নীতিৰ লগত জড়িতই শাস্তি পাবই লাগিব : ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্য

তেজপুৰ বিশ্ববিদ্যালয়ৰ দুৰ্নীতিৰ লগত জড়িতই শাস্তি পাবই লাগিব : ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্য

জ্য়েষ্ঠ অধ্যাপক ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যই ভাৰপ্ৰাপ্ত উপাচাৰ্য হিচাবে দায়িত্ব গ্ৰহণৰ পিচতেই সমস্য়া সমাধানৰ আশ্বাস । ইটিভি ভাৰতক ক'লে দুৰ্নীতিৰ কথা ।


User: ETVBHARAT

Views: 5

Uploaded: 2025-12-07

Duration: 08:44