১৮ হাজাৰ সামগ্ৰীত ব্যৱহাৰ হোৱা ভেনিলাৰ খেতিৰে লাভৱান এইখন অসমৰে এজন কৃষক

১৮ হাজাৰ সামগ্ৰীত ব্যৱহাৰ হোৱা ভেনিলাৰ খেতিৰে লাভৱান এইখন অসমৰে এজন কৃষক

বৰপেটাৰ এজন কৃষকে ভেনিলা খেতিৰে স্বাৱলম্বী হোৱাৰ পথ দেখুৱাইছে । এই কৃষিৰে বছৰত ৫ লাখ টকালৈ উপাৰ্জন কৰিব পাৰি ।


User: ETVBHARAT

Views: 107

Uploaded: 2025-12-08

Duration: 06:21