ঠিকাদাৰী প্ৰতিষ্ঠানৰ কাৰখানাই বিপদ মাতিছে জনসাধাৰণৰ জীৱনলৈ ! হাওঁফাওঁৰ সমস্যা দেখা দিছে বহু লোকৰ

ঠিকাদাৰী প্ৰতিষ্ঠানৰ কাৰখানাই বিপদ মাতিছে জনসাধাৰণৰ জীৱনলৈ ! হাওঁফাওঁৰ সমস্যা দেখা দিছে বহু লোকৰ

আলকতৰা, বিতুমিন মিক্সাৰ কাৰখানাৰ বাবে দাঁতিকাষৰীয়া বহু লোক আক্ৰান্ত হৈছে হাওঁফাওঁজনিত ৰোগত ৷ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ ব্যৰ্থতা উদঙাই জিলা প্ৰশাসনে ছীল কৰিলে তিনিটাকৈ কাৰখানা ৷


User: ETVBHARAT

Views: 13

Uploaded: 2025-12-13

Duration: 04:43