কলংকিত কলকাতা: ফুটবলৰ চহৰতেই 'ফুটবলৰ ৰাজকুমাৰে' দেখিলে অনুৰাগীৰ ক্ষোভ

কলংকিত কলকাতা: ফুটবলৰ চহৰতেই 'ফুটবলৰ ৰাজকুমাৰে' দেখিলে অনুৰাগীৰ ক্ষোভ

মেছিক নেদেখি ক্ষোভিত অনুৰাগী ৷ তাৰকাখেলুৱৈগৰাকীৰ সমূখতে লণ্ডভণ্ড কৰিলে ষ্টেডিয়াম ৷ কৰ্তন কৰা হ’ল মেছিৰ কলকাতা ভ্ৰমণসূচীৰ সময় ৷


User: ETVBHARAT

Views: 4

Uploaded: 2025-12-13

Duration: 02:03