পিতৃয়ে কৰিছিল জুবিনৰ সৈতে কাম, পুত্ৰই সেইগৰাকী শিল্পীৰে গীত গাই পালে শ্ৰেষ্ঠ গায়কৰ সন্মান

পিতৃয়ে কৰিছিল জুবিনৰ সৈতে কাম, পুত্ৰই সেইগৰাকী শিল্পীৰে গীত গাই পালে শ্ৰেষ্ঠ গায়কৰ সন্মান

এসময়ত পিতৃয়ে লিখিছিল জুবিনে কণ্ঠদান কৰা বহুকেইটা বিহুগীত, গোৱাইছিল প্ৰসংগীয়া নাম, ঘোষা-ভটিমা, দিহানাম ৷ পিতৃৰ পদাংক অনুকৰণ কৰি পুত্ৰৰ সাংগীতিক যাত্ৰা ৷


User: ETVBHARAT

Views: 53

Uploaded: 2025-12-13

Duration: 07:33