এইখন ২০২৬ৰ নিৰ্বাচনৰ খাতিৰত দিয়া চাৰ্জশ্বীট— জুবিন মৃত্যুৰ তদন্তৰ চাৰ্জশ্বীটক লৈ শেষ মন্তব্য অখিল গগৈৰ

এইখন ২০২৬ৰ নিৰ্বাচনৰ খাতিৰত দিয়া চাৰ্জশ্বীট— জুবিন মৃত্যুৰ তদন্তৰ চাৰ্জশ্বীটক লৈ শেষ মন্তব্য অখিল গগৈৰ

জুবিন গাৰ্গৰ চাৰ্জশ্বীটক লৈ চৰকাৰক সমালোচনা অখিল গগৈৰ ৷ ছিঙ্গাপুৰৰ য়াটৰ কেপ্তেইনৰ সাক্ষ‍্য নোলোৱাকৈ দিয়া চাৰ্জশ্বীটখন কল্পকাহিনী মাত্ৰ বুলি মন্তব্য গগৈৰ ।


User: ETVBHARAT

Views: 1

Uploaded: 2025-12-14

Duration: 05:43