দুখীয়া মানুহৰ এখন হাত নাইকিয়া হ'ল; জুবিন গাৰ্গকলৈ কিয় এনেদৰে ক'লে নাজিৰাৰ নাচিমে ?

দুখীয়া মানুহৰ এখন হাত নাইকিয়া হ'ল; জুবিন গাৰ্গকলৈ কিয় এনেদৰে ক'লে নাজিৰাৰ নাচিমে ?

দুখীয়া-নিচলাৰ সাৰথি আছিল জুবিন গাৰ্গ । তেওঁৰ মানৱ দৰদী চৰিত্ৰৰ বিষয়ে সকলোৱে জ্ঞাত । জানো আহক তেওঁৰ মহানুভৱতাৰ আন এক অধ্যায় ।


User: ETVBHARAT

Views: 3

Uploaded: 2025-12-15

Duration: 03:44