জুবিন গাৰ্গৰ মৃত্যু গোচৰ : চাৰ্জশ্বীট সম্পৰ্কে অখিল গগৈৰ বিস্ফোৰণ

জুবিন গাৰ্গৰ মৃত্যু গোচৰ : চাৰ্জশ্বীট সম্পৰ্কে অখিল গগৈৰ বিস্ফোৰণ

চাৰ্জশ্বীটত উল্লেখ কৰা ৫ অভিযুক্তৰ প্ৰমাণৰ বিৱৰণ দিলে অখিল গগৈয়ে । চাৰ্জশ্বীটখনে কাক সুৰক্ষা দিব বিচাৰিছে সেয়াও দৃঢ়ভাৱে ক'লে বিৰোধী নেতাজনে ।


User: ETVBHARAT

Views: 2

Uploaded: 2025-12-18

Duration: 07:34