ন্যায় নহয়, জুবিনদাৰ চৰিত্ৰ হনন বিচাৰে মুখ্যমন্ত্ৰীয়ে: গৌৰৱ গগৈ

ন্যায় নহয়, জুবিনদাৰ চৰিত্ৰ হনন বিচাৰে মুখ্যমন্ত্ৰীয়ে: গৌৰৱ গগৈ

"আমি সকলোৱে জুবিনদাৰ ন্যায় বিচাৰোঁ । মুখ্যমন্ত্ৰীয়ে জুবিনদাৰ জনপ্ৰিয়তা হ্ৰাস কৰাৰ কৌশল ৰচিছে ।" টীয়কত গৌৰৱ গগৈৰ বিস্ফোৰণ ।


User: ETVBHARAT

Views: 2

Uploaded: 2025-12-20

Duration: 05:03