বাংলাদেশত হিন্দু যুৱকক নৃশংসভাৱে হত্যা, ভিডিঅ' ভাইৰেল কৰি ৰঙাঘৰত ৰঙিয়াৰ যুৱক

বাংলাদেশত হিন্দু যুৱকক নৃশংসভাৱে হত্যা, ভিডিঅ' ভাইৰেল কৰি ৰঙাঘৰত ৰঙিয়াৰ যুৱক

বাংলাদেশৰ নৃশংস ঘটনাৰ ভিডিঅ' ভাইৰেল কৰাৰ অভিযোগত আৰক্ষীৰ জালত পৰিল ৰঙিয়াৰ যুৱক । প্ৰৰোচনা আৰু উদ্বেগ বিয়পোৱাৰ অভিযোগ যুৱকজনৰ বিৰুদ্ধে ।


User: ETVBHARAT

Views: 0

Uploaded: 2025-12-23

Duration: 01:27